GMCH ত চিকিৎসাধীন যোচেফ মালাকৰ মৃত্যু। ৰাজকন্যা বৰুৱাই গাড়ীৰে খুন্দিয়াইছিল মাৰাকক

by Suruj Ali
0 comment

GMCH ত চিকিৎসাধীন যোচেফ মালাকৰ মৃত্যু। ৰাজকন্যা বৰুৱাই গাড়ীৰে খুন্দিয়াইছিল মাৰাকক ১ অক্টোবৰৰ নিশাৰ পৰাই চিকিৎসাধীন আছিল GMCHত। ঘটনাৰ দিনাই হেৰুৱাইছিল এখন ভৰি পৰৱৰ্তী সময়ত কাটি পেলাবলগীয়া হৈছিল আনখন ভৰি। আজি পুৱা ১০ বজাত মৃত্যু যোচেফ মাৰাকৰ।

Leave a Comment