হেৰুৱাব নোখোঁজো তোমাক

by Suruj Ali
0 comment

হেৰুৱাব নোখোঁজো তোমাক “”””””””””””””””””””””””””””””””””””””””””””

মনৰ শীতল কোণতগোট মৰা প্ৰেমৰ অনুভৱনকৰোঁ কেতিয়াও প্ৰকাশ!একপক্ষীয় প্ৰেমৰ যাতনামই অকলেই সহি সহিসৌ দূৰৰ পৰাই তোমাক চামকাষলৈ গৈ কেতিয়াও নকওঁভাল পাওঁ বুলি।।কাৰণ……………মই তোমাক হেৰুৱাব নোখোঁজো,মই তোমাক আপোন কৰিবও নিবিচাৰোঁমাথোঁ, মোৰ মনৰ ভিতৰততুমি নজনাকে নিগাজীকৈ ঠাই দিব বিচাৰোঁ, তুমি………!!!তুমি গম নোপোৱাকেহিয়া উজাৰি মৰম দিব বিচাৰোঁ,তুমি নজানাকে……..তোমাৰ দুখত দুপাখি মেলি উৰণীয়া পখীটিৰ দৰেউৰি ছটফটাও,সৌ দূৰৰ পৰাই নিতে প্ৰাৰ্থনা কৰোঁতোমাৰ জীৱন সুখী হোৱাৰ।।এন্ধাৰ ৰাতি যেতিয়া ছাঁ য়েওলগ এৰি দিয়ে,তেতিয়াও তোমাৰ অজানিতে মইছাঁ হৈ সংগ দিওঁযাতে তুমি অকলশৰীয়া নোহোৱা।।তোমাৰ অজানিতে তোমাকমৰম দি ভাল লাগে মোৰ……কাৰণ …………..ভালপোৱা প্ৰকাশ্য হ’লেযদি তুমি মোক ইতিকিং কৰি গুচি যোৱা,নাহা যদি আৰু সেই পথেৰেয’ত মই তোমাক দূৰৰ পৰা চাবলৈগোপনে ৰৈ থাকোঁ!!আনন্দ লওঁ মোৰ একপক্ষীয় প্ৰেমৰ।তুমি………….তুমি মোৰ সদায় আপোনআপোন হৈয়েই থাকিবা,দুদিনীয়া পৃথিৱীৰ মায়ামোহতদূৰৰ পৰাই নিতে দেখিম,তথাপিও তোমাৰ আগতপ্ৰকাশ নকৰোঁ মোৰ তোমালৈ থকা মৰম।।কাৰণ…………….মই তোমাক হেৰুৱাব নোখোঁজো।। মাৰজিয়া আহমেদ ০৫/১১/২১

Related Posts

Leave a Comment