জীৱনৰ জয়

by Suruj Ali
0 comment

জীৱনৰ জয়-পৰাজয়ৰ তিল-তিল ঘটনা-প্ৰবাহবোৰে কেতিয়াবা আপোনাক দিব পাৰে কেৱল দুখৰ দৰিয়া। কিন্তু থমকি ন’ৰৱ, কাৰণ আপুনি যদি নিজৰ ওপৰত বিশ্বাস ৰাখে জয়ী হ’ম বুলি ভাৱে পৰাজয়ৰ কেতিয়াও প্ৰশ্ন নাহে, এনেকুৱা কোনো শক্তি নাই যি মানৱৰ অন্তহীন যাত্ৰাত হেঙাৰ হিচাপে থিয় দিব পাৰে, মানুহ হিচাপে কোনো কাৰোৰে পৰিপূৰক হ’ব নোৱাৰে, সকলো মানুহেই এজনে আন জনৰ পৰা পৃথক, চিন্তাধাৰা পৃথক, গতিকে আপোনাৰ জীৱনৰ বাটকটীয়া হিচাপে লঁওক কেৱল শক্তি।যি শক্তিয়ে চমৎকাৰ কৰিব পাৰে আপোনাক জীৱন, যি শক্তিয়ে শক্তিশালী হোৱাৰ সুযোগ দিব পাৰে নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি আগবাঢ়ি যাব লাগিব লক্ষ্যপ্ৰাপ্তি নোহোৱালৈকে সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। সিদ্ধান্ত কেৱল আপোনাৰ।
✍️ নাছৰিণ চুলতানা 🌹

Related Posts

Leave a Comment