জন্মদিন

by Suruj Ali
0 comment

ৰাজুল আহমেদ
হোজাই।

আজি ৰাজুৰ ওপজা দিন। জন্ম দিন বুলি বহুতৰে শুভেচ্ছা: ৰাজুৰ শৈশৱকালৰে  পৰা একেলগে পঢ়া প্ৰিয় বান্ধবী পল্লবীয়ে ৰাজুক জন্মদিনৰ উপহাৰ এটি দিব বুলি আহিলে
: Happy birthday  ৰাজু
: thank you  পল্লবী।
এয়া লোৱা-বুলি কৈ পল্লবীয়ে ৰাজুক  সতেজ ৰঙা গোলাপ পাহৰ  সৈতে ৰাইটোমিটাৰ কলমটো আগবঢ়াই দিলে।
:Wow বহুত বহুত ধন্যবাদ দে। বুলি ৰাজুয়ে আকোঁৱালি ললে মৰমৰ বন্ধৱী পল্লবীক।
দুয়ো দশম শ্রেণীৰ ছাএ ছাএী লগতে অন্তৰংগ বন্ধু বান্ধৱী।

: পিছে তোমাৰ জন্মদিন কেতিয়া পল্লবী?
: মোৰ জন্মদিন নাই অ
:মানে?
মোক জন্ম দিয়েই আধা ঘন্টা পিছত মা অজান দেশলৈ গুচি গ’ল।  মই সেই দিনটো আনন্দৰে উপভোগ কৰিব ন নোৱাৰোঁ সেয়ে মোৰ জন্মদিন পালন নহয়।
তাৰ সলনি সেই দিনটো মই মাৰ মৃত্যুদিন হিচাপেহে পালন কৰা হয়। বুলি কৈ মাতৃহাৰা পল্লবী উচুপি উঠিল। এই

Related Posts

Leave a Comment